अर्थ : কোনো বিশেষ অৱস্থাত বস্তুতঃ হোৱা কোনো কথা
							उदाहरण : 
							মই মোৰ সৰু কালৰ ঘটনাবোৰ কোনো কাৰণতে পাহৰিব নোৱাৰোঁ
							
पर्यायवाची : কথা
अर्थ : কোনো নির্দিষ্ট সময়ত কোনো বিশেষ ঠাইত যি ঘটে
							उदाहरण : 
							আজিৰ আচৰিত ঘটনাটোক লৈ সকলোৱে বৰ কষ্ট পালে