अर्थ : ঘুঁচিয়াই বা হাতৰ মুঠিৰে কৰা প্রহাৰ
							उदाहरण : 
							কেতিয়াবা কেতিয়াবা ঘোঁচাৰ আঘাততো প্রাণহানি হʼব পাৰে
							
अर्थ : কাৰোবাক মৰাৰ কাৰণে বান্ধি লোৱা মুঠি
							उदाहरण : 
							মোহনে সোহনক ঘোঁচাৰে প্রহাৰ কৰিলে
							
पर्यायवाची : ঘোচা