अर्थ : কিছু সময় ধৰি বাজি থকা তীব্র ধ্বনি
							उदाहरण : 
							যুদ্ধৰ নাদ শুনি ভীৰুবোৰৰ বুকু কঁপি উঠিল
							
पर्यायवाची : নাদ
अर्थ : যিহৰ উচ্ছাৰণ কৰাৰ সময়ত স্বৰতন্ত্রীৰ কম্পন হয়
							उदाहरण : 
							সকলো স্বৰধ্বনিয়েই ঘোষ
							
पर्यायवाची : সঘোষ