अर्थ : উচ্চ স্বৰত দিয়া কোনো ঘোষণা
							उदाहरण : 
							নিজৰ দাবী পূৰণ নোহোৱাৰ কাৰণে শ্রমিক সকলে হৰতাল ঘোষণা কৰিলে
							
अर्थ : ৰাজহুৱা ৰূপত ওলোৱা ৰাজ আজ্ঞা, বিজ্ঞপ্তি বা কোৱা কোনো কথা
							उदाहरण : 
							চৰকাৰে দশম মান শ্রেণীলৈকে শিক্ষা বিনামূলীয়াকৈ দিয়াৰ কথা ঘোষণা কৰিলে