अर्थ : জুই ফুকিবলৈ ব্যৱহাৰ কৰা বাঁহ, লোহা আদিৰ নলী
							उदाहरण : 
							চুঙাৰে ফুকি ফুকি চৌকাৰ জুইকুৰা জ্বলাই আছে
							
पर्यायवाची : চুঙি, জুই ফুকা চুঙা
अर्थ : নলৰ আকাৰৰ কোনো বস্তু
							उदाहरण : 
							জীৱজন্তুৰ বেমাৰ হʼলে বাঁহৰ নলিচাৰে ঔষধ খুওৱা হয়
							
पर्यायवाची : নলিচা