अर्थ : ফলৰ ৰসৰ লগত চেনি, গুড় আদি মিহলি কৰি তৈয়াৰ কৰা এবিধ সোৱাদযুক্ত পানীয়
							उदाहरण : 
							ৰামুৱে আলহীক চৰবত খাবলৈ দিছে
							
पर्यायवाची : চৰপত
अर्थ : যি পানীত চেনী, গুড় আদি মিহলোৱা থাকে
							उदाहरण : 
							চেনীৰ তুলনাত গুড়ৰ চৰবত বেছি ভাল