अर्थ : কোনো বস্তুক কেইবাটাও খণ্ডত খণ্ডিত কৰা বা কাম নাইকিয়া কৰি দিয়া
							उदाहरण : 
							লাখুটিৰে মাৰি মাৰি গৰখীয়াটোৱে গাইজনীৰ ঠেংখন ভাঙি দিলে
							
पर्यायवाची : টুকুৰা কৰা, ভগা, ভঙা, ভাগি দিয়া, ভাঙি দিয়া
अर्थ : ৰস, ছাল আদি চিঙিবৰ কাৰণে শৰীৰ, গা-গছ ইত্যাদিৰ ওপৰত কোনো হাথিয়াৰেৰে আঘাত কৰি তাৰ ওপৰ ভাগ কটা কাৰ্য
							उदाहरण : 
							মহেশে নিমৰ ছাল ছিঙিছে
							
अर्थ : কটা বা কোনো মূলবস্তুৰ পৰা আঁতৰি যোৱা কার্য
							उदाहरण : 
							বৰষুণৰ আগেয়ে গছ-গছনি ছিঙি গৈছিল
							
पर्यायवाची : এৰাই যোৱা, ছিন্ন হোৱা