अर्थ : কাপোৰ, সুতা, তাৰ বা ৰচী আদিৰে এটি নির্দিষ্ট দূৰত্বত গোঁথা বস্তু
							उदाहरण : 
							ফলৰ  দোকানত কিছুমান ফল জালত ওলোমাই থোৱা আছিল
							
पर्यायवाची : নেট
अर्थ : চৰাই, মাছ আদি ধৰিবলৈ সূতা, জৰী বা তাঁৰেৰে বিন্ধা ৰাখি ৰাখি ্ গুঁঠ্া এবিধ যতন
							उदाहरण : 
							অৱশেষত চিকাৰীয়ে পাৰজাকক জালত পেলালে
							
पर्यायवाची : ফান্দ
अर्थ : একেলগে গোঁঠা বহুত বস্তুৰ সমূহ
							उदाहरण : 
							শৰীৰত শিৰা-উপশিৰাৰ জাল প্রসাৰিত হৈ আছে
							
अर्थ : কাপোৰ আদিৰ পৰা তৈয়াৰী এবিধ খেলৰ সামগ্রী যি টেনিছ আদি খেলত খেলপথাৰক ভাগ কৰে বা যাৰ দোয়োফালে প্রতিদ্বন্দী খেলুৱৈয়ে থিয় হৈ খেলে
							उदाहरण : 
							টেনিছ খেলিবলৈ লʼৰাহঁতে খেলপথাৰত নেট বান্ধি আছে
							
पर्यायवाची : নেট
अर्थ : মদ, ভাং আদি মাদক দ্রৱ্য সেৱন কৰিলে হোৱা মানসিক অৱস্থা
							उदाहरण : 
							মদৰ নিচাত মাতাল হৈ থকা চিপাহীজনে নির্দোষ ৰবিক বৰকৈ পিটিলে
							
पर्यायवाची : নিচা, মত্ততা, মত্তাৱস্থা, ৰাগি