अर्थ : লক্ষণগত বা স্বভাৱগত ধ্বনি
							उदाहरण : 
							মোৰ হৃদয় ভগৱত-প্রেমৰ ঝংকাৰত শুদ্ধ হৈ পৰিছে
							
अर्थ : ঝন-ঝন শ্্ব্দ
							उदाहरण : 
							ঘৰত নবোৱাৰীৰ পায়লৰ ঝংকাৰ মুখৰিত হৈ আছে
							
अर्थ : প্রতিধ্বনি উৎপন্ন হোৱা বা কৰা কার্য
							उदाहरण : 
							ঘন্টাৰ ঝংকাৰ গোটেই মন্দিৰটোত গুঞ্জৰিত হʼল
							
पर्यायवाची : ঝনঝননি