अर्थ : কঁ্কালৰ তলৰ পিছফালে থকা ওখ অংশ
							उदाहरण : 
							তেওঁৰ নিতম্বত এটা ফোঁহা হৈছে
							
पर्यायवाची : কটি, তপিনা, নিতম্ব, পশ্চাৎ দেশ, শ্রোণী
अर्थ : সোনকালে বেয়া বা নষ্ট নোহোৱা বা কামত দিয়া
							उदाहरण : 
							ভাল কোম্পানীৰ উৎপাদিত সামগ্রী বেছিদিন চলে
							
पर्यायवाची : চলা