अर्थ : কোনো ৰোগ প্রতিৰোধ কৰিবৰ কাৰণে সেই ৰোগৰ বীজাণুৰ জুলীয়া অংশ বেজিৰ দ্বাৰা সুমুৱাই দিয়া কার্য
							उदाहरण : 
							কিছুমান মৃত্যু ঘটোৱা ৰোগৰ পৰা বাচিবৰ কাৰণে লʼৰা-ছোৱালীবোৰক টীকাকৰণ কৰা হয়
							
पर्यायवाची : টীকাকৰণ
अर्थ : গূঢ় কথা বা বাক্য বিস্তৃত আৰু স্পষ্টভাৱে বর্ণ্্না কৰা কোনো লেখা
							उदाहरण : 
							এই গ্রন্থখনৰ গূঢ় বাক্যবোৰ বুজিবৰ কাৰণে ঠায়ে-ঠায়ে টীকা দিয়া আছে
							
पर्यायवाची : টিপ্পনী
अर्थ : কোনো বিষয়ক অলপ বিস্তৃতভাৱে বর্ণন্া কৰা গ্রন্থ
							उदाहरण : 
							মায়ে ৰামায়ণৰ এটা টীকা পঢ়ি আছে
							
पर्यायवाची : টিপ্পনী, টীকা-টিপ্পনী