अर्थ : তেলেঙ্গ ক্ষেত্রৰ অধিবাসী
							उदाहरण : 
							চিকাগোত কেইজনমান পৰিচিত তেলেগুৰ সৈতে দেখা-সাক্ষাৎ হৈছিল
							
अर्थ : যি লিপিত তেলেগু ভাষা লিখা হয়
							उदाहरण : 
							কুন্নুৰাণীয়ে তেলেগু পঢ়িবলৈ চেষ্টা চলাই আছে
							
पर्यायवाची : তেলেগু লিপি
अर्थ : তেলেঙ্গ অঞ্চলত প্রচলিত ভাষা
							उदाहरण : 
							অন্ধ্রপ্রদেশত তেলেগু কথা কয়
							
अर्थ : তেলেঙ্গ অঞ্চলৰ বা তাৰ সৈতে সম্বন্ধ থকা
							उदाहरण : 
							তেলেগু সংস্থাৰ দ্বাৰা আয়োজিত কার্যসূচী বহুত ভাল আছিল
							
अर्थ : তেলেগু ভাষাৰ বা তাৰ সৈতে সম্বন্ধ থকা
							उदाहरण : 
							এইখন বহুত জনপ্রিয় তেলেগু চিনেমা
							
अर्थ : তেলেঙ্গ দেশত বসতি কৰোতা
							उदाहरण : 
							তুমি এতিয়া তেলেগু লোকৰ সংস্থাৰ সদস্য কিয় নোহোৱা