अर्थ : কোনো বস্তু বা ব্যক্তি এখন ঠাইৰ পৰা গৈ অন্য ঠাইত পোৱা অৱস্থা
							उदाहरण : 
							মই আপোনাৰ বস্তুবাহানিবোৰ যথাস্থানত থৈ আহিছো
							
पर्यायवाची : থোৱা
अर्थ : কাৰোবাৰ লগত কোনো ঠাইলৈ পথত কোনো ধৰণৰ বিপদ নহʼবৰ কাৰণে যোৱা
							उदाहरण : 
							মই হেৰোৱা লʼৰাটোক তাৰ ঘৰত থৈ আহিলোঁ
							
पर्यायवाची : থোৱা