अर्थ : ফুল গছৰ সেই ৰং-চঙীয়া অংশ, যি মেল খালে বা প্রসাৰিত হʼলে ফুলৰ ৰূপ লয়
							उदाहरण : 
							লʼৰাটোৱে পদুমৰ পাহিবোৰ আজুৰিছে
							
पर्यायवाची : পাহি
अर्थ : আনন্দ লাভ কৰিবৰ বাবে একত্রিত হোৱা মানুহৰ সমূহ
							उदाहरण : 
							তেওঁ ্খাই উঠি পার্টীত যোগ দিলে
							
पर्यायवाची : পার্টী
अर्थ : জোৰেৰে আগবাঢ়ি যোৱা জনসমূহ বিশেষ
							उदाहरण : 
							সীমান্তত সৈনিকৰ দল দেখিবলৈ পোৱা গৈছে
							
पर्यायवाची : জাক
अर्थ : লগুৱা-লিকচৌ আৰু পাৰিষদ আদি
							उदाहरण : 
							ৰজাই নিজৰ পাৰিষদ্্বর্গৰ লগত চিকাৰলৈ ওলাইছে
							
पर्यायवाची : পাৰিষদ্্বর্গ, ্গোট