अर्थ : কোনো কথা, বস্তু আদিক স্বীকাৰ নকৰা কার্য
							उदाहरण : 
							আপুনি মোৰ এই অনুৰোধ অস্বীকাৰ নকৰিব
							
पर्यायवाची : অস্বীকাৰ
अर्थ : যিটো স্বীকৃত নহয় বা স্বীকাৰ কৰা হোৱা নাই
							उदाहरण : 
							চৰকাৰে শ্রমিকসকলৰ দাবী খাৰিজ কৰিলে
							
पर्यायवाची : অননুমোদিত, অস্বীকৃত, খাৰিজ, প্রত্যাখ্যাত