अर्थ : মনে মনে থকা অৱস্থা বা কার্য
							उदाहरण : 
							শিক্ষকে প্রশ্ন সোধাৰ পিছতে সভাকক্ষত মৌনতা বিৰাজ কৰিলে
							
पर्यायवाची : নিৰবতা, নীৰবতা, নীৰৱতা, মৌনতা, শ্্ব্দ নকৰা-
अर्थ : প্রায়ভাগেই মনে মনে থকা বা মনৰ ভাৱবোৰক মনতে ৰাখোতা
							उदाहरण : 
							তেওঁ নিমাত স্বভাৱৰ পৰা সকলোৱে আমনি পায়
							
पर्यायवाची : অল্পভাষী