अर्थ : জুই আদি লাগি নষ্ট হোৱা বা বেয়া হোৱা
							उदाहरण : 
							এই কিতাপখনৰ কিছুমান পাত জুয়ে পুৰিলে
							
पर्यायवाची : জলা, জ্বলা, জ্বলি যোৱা, পোৰা যোৱা
अर्थ : শৰীৰৰ কোনো অংগ শুকাই যোৱাৰ কাৰণে বিষ অনুভৱ কৰা কার্য
							उदाहरण : 
							এমাহ ধৰি একেৰাহে ৰʼদত কাম কৰাৰ কাৰণে মোৰ শৰীৰটো পুৰি আছে
							
पर्यायवाची : চমচমোৱা
अर्थ : জ্বলন বা পোৰণ অনুভব কৰা
							उदाहरण : 
							মোৰ ভৰিকেইখন গৰমৰ দিনত বহুত পোৰে