अर्थ : গতিত বাধাৰ উৎপন্ন হোৱা কার্য
							उदाहरण : 
							মোৰ চলন্ত মটৰ চাইকেলখন হঠাৎ ৰৈ গʼল
							
पर्यायवाची : আটক কৰা, গতিৰুদ্ধ হোৱা, ৰখা, ৰৈ যোৱা
अर्थ : ৰোধ বা ৰৈ যোৱা
							उदाहरण : 
							পানী যোৱা নলাটো অৱৰোধ হৈ গʼল
							
पर्यायवाची : অৱৰুদ্ধ হোৱা, অৱৰোধ হোৱা, আৱদ্ধ হোৱা