अर्थ : মজিয়া, মাটি বা খাট আদিত পিঠি লগাই গোটেই শৰীৰটো ভেজা দি জিৰণি লোৱা
							उदाहरण : 
							ভাগৰুৱা পথিকজনে জিৰাবলৈ গছৰ তলত কাতি হʼল
							
पर्यायवाची : কাতি হোৱা
अर्थ : অলপ আঁউজি বা আহল বহলকৈ বহা
							उदाहरण : 
							তেওঁ ্বজাৰৰ পৰা আহি আৰামী চকীত বহি পৰিল
							
पर्यायवाची : হেলান দিয়া