अर्थ : গোলা, বাৰুদ আদি ফুটিলে হোৱা বিকট শ্্ব্দ
							उदाहरण : 
							এটা ডাঙৰ বিস্ফোৰণ হʼল আৰু চাই থাকোতেই অট্টালিকাটো খহি পৰিল
							
पर्यायवाची : ধামাকা
अर्थ : হঠাতে ডাঙৰকৈ হোৱা শ্্ব্দ বা বোমাৰ শ্্ব্দ
							उदाहरण : 
							বোমাটো ফুটাৰ লগতে এটা বিস্ফোৰণ হʼল
							
अर्थ : হঠাৎ ডাঙৰ শ্্ব্দ কৰি ফুটা কার্য
							उदाहरण : 
							বোমা বিস্ফোৰণত বিশজন লোক নিহত হʼল