अर्थ : যিটো কেতিয়াবাহে ঘটে
							उदाहरण : 
							বাপুজীৰ দৰে লোক বিৰল
							
अर्थ : যিটো উপল্্ব্ধ নহয়
							उदाहरण : 
							কেতিয়াবা কেতিয়াবা লʼৰা-ছোৱালীয়ে অনুপল্্ব্ধ বস্তুও বিচাৰে
							
पर्यायवाची : অনুপল্্ব্ধ, অপ্রাপ্ত, অপ্রাপ্য, অলভ্য, আপুৰুগ, আপুৰুগীয়া, দুর্মূল্য, দুর্লভ, দুষ্প্রাপ্য, পোৱা নোযোৱা-, সুদুর্লভ
अर्थ : যিটো পাবলৈ সহজ নহয়
							उदाहरण : 
							আজিকালি ডাঙৰ চহৰত বিশুদ্ধ বতাহ দুর্লভ হৈ পৰিছে
							
पर्यायवाची : দুর্লভ, ্দুষ্প্রাপ্য