अर्थ : বেলাৰুচৰ নিবাসী
							उदाहरण : 
							সেই বেলাৰুচিয়ানজনে নিজৰ দেশৰ বিষয়ে বহুখিনি কৈছিল
							
पर्यायवाची : বেলাৰুচ-বাসী, বেলাৰুচবাসী
अर्थ : বেলাৰুচৰ লোকসকলৰ ভাষা
							उदाहरण : 
							বেলাৰুচত বেলাৰুচিয়ানৰ বাহিৰেও ৰাছিয়ানো কয়
							
पर्यायवाची : বেলাৰুচিয়ান ভাষা
अर्थ : বেলাৰুচৰ বা বেলাৰুচ সম্বন্ধী
							उदाहरण : 
							তেওঁ ্বেলাৰুচিয়ান সংস্কৃতিৰ বিষয়ে জানিবলৈ বিচাৰিছে
							
अर्थ : বেলাৰুচিয়ান ভাষাৰ বা বেলাৰুচিয়ান ভাষা সম্বন্ধী
							उदाहरण : 
							লিখকসকলৰ মাজত সেই বেলাৰুচিয়ান লিখনিটোৰ বহুত চর্চা হৈছিল