अर्थ : কোনো বস্তু সম্পূর্ণৰূপে জ্বলি যোৱাৰ পিছত ৰৈ যোৱা অৱশিষ্ট অংশ
							उदाहरण : 
							গাঁৱত কিছুমান লোকে ছাইৰে বাচন-বর্তন মাজে
							
पर्यायवाची : ছাই
अर्थ : জ্বলি ছাই হোৱা বা সম্পূর্ণ ৰূপে জ্বলি যোৱা
							उदाहरण : 
							জুইৰ তীব্র শিখাত সন্দীপৰ ঘৰ ভস্মীভূত হৈ পৰিল
							
पर्यायवाची : ভস্মীভূত