अर्थ : ভূটানৰ অধিবাসী
							उदाहरण : 
							ভালেমান ভূটীয়া মোৰ ভাল বন্ধু
							
पर्यायवाची : ভূটান বাসী, ভূটানবাসী, ভূটীয়া
अर्थ : ভূটান দেশৰ ভাষা
							उदाहरण : 
							ৰমেশে অলপ অচৰপ ভূটানী কʼব পাৰে
							
अर्थ : ভূটানী ভাষাৰ সৈতে সম্বন্ধ থকা বা ভূটানী ভাষাৰ
							उदाहरण : 
							তেওঁ ভূটানী কিতাপৰ সংগ্রহালয় বিচাৰি আছে
							
अर्थ : ভূটান বা ভূটানৰ সৈতে সম্বন্ধ থকা
							उदाहरण : 
							মোহনে ভূটানী সংস্কৃতিৰ বিষয়ে জানিবলৈ বিচাৰে