अर्थ : জিভাৰ গুৰিফালে থকা লালটি ওলোৱা গ্রন্থি
							उदाहरण : 
							টনচিল বাঢ়ি যোৱাৰ কাৰণে মই খোৱাত বৰ অসুবিধা পাইছোঁ
							
पर्यायवाची : টনচিল
अर्थ : মুখত পোৱা যি গ্রন্থিৰ পৰা লালটি ওলায়
							उदाहरण : 
							মুখত তিনিযোৰ লালটি গ্রন্থি পোৱা যায়