अर्थ : কথা মানি লোৱা
							उदाहरण : 
							আজিকালিৰ লʼৰা-ছোৱালীয়ে কাৰো কথা নুশুনে
							
अर्थ : কোৱা হোৱা কথা বা শ্্ব্দৰ কাণেৰে হোৱা জ্ঞান
							उदाहरण : 
							তেওঁ ্ ভগৱান সত্যনাৰায়ণৰ কথা শুনি আছে
							
पर्यायवाची : শ্রৱণ কৰা
अर्थ : কাৰোবাৰ কথা বা প্রার্থ্্নাৰ প্রতি ধ্যান দিয়া
							उदाहरण : 
							ৰজাই ফৰিয়াদীৰ একো কথাই নুশুনিলে