अर्थ : যাৰ সৈতে সম্বন্ধ আছে বা হৈছে
							उदाहरण : 
							এইয়া আপোনাৰ মোকর্দ্্মাৰ সৈতে জড়িত নথিপত্র, ইয়াক সযতনে ৰাখিব ৰামায়ণ হিন্দু ধর্মৰ সৈতে সম্বন্ধিত
							
पर्यायवाची : জড়িত, সংশ্লিষ্ট, সম্পর্কিত, সম্বন্ধযুক্ত, সম্বন্ধিত
अर्थ : অন্য কিহবাৰ লগত বা শেষৰফালে লাগি থকা
							उदाहरण : 
							সকলো কাগজ-পত্র এই নথিত সংলগ্ন কৰা হৈছে
							
पर्यायवाची : সংলগ্ন