अर्थ : যি কাপোৰ, গহনা আদি ধাৰণ কৰি আছে
							उदाहरण : 
							সজ্জিত মহিলাই মঞ্চত নৃত্য কৰি আছিল
							
पर्यायवाची : ভূষিত
अर्थ : অলংকাৰ পিন্ধা বা যি ৰত্ন আদিৰে সুসজ্জিত
							उदाहरण : 
							সমাৰোহত স্বর্ণাভূষণেৰে অলংকৃত মহিলাগৰাকীক সকলোৱে ৰ লাগি চাইছিল
							
पर्यायवाची : অলংকাৰপূর্ণ, অলংকৃত, আভূষিত, বিভূষিত, ভূষিত
अर्थ : হাথিয়াৰ আদিৰে সাজু হোৱা
							उदाहरण : 
							পুলিচে অবৈধ হাথিয়াৰেৰে সজ্জিত এজন ব্যক্তিক ধৰিলে
							
पर्यायवाची : প্রস্তুত