अर्थ : যাৰ সম্পর্কত ্কোনো সংযোগ বা বুজা পৰা আছে
							उदाहरण : 
							অনুবন্ধী কাম সোনকালে শেষ কৰা যাওক
							
पर्यायवाची : অনুবন্ধী
अर्थ : যাৰ সৈতে সম্বন্ধ আছে বা হৈছে
							उदाहरण : 
							এইয়া আপোনাৰ মোকর্দ্্মাৰ সৈতে জড়িত নথিপত্র, ইয়াক সযতনে ৰাখিব ৰামায়ণ হিন্দু ধর্মৰ সৈতে সম্বন্ধিত
							
पर्यायवाची : জড়িত, সংযুক্ত, সংশ্লিষ্ট, সম্পর্কিত, সম্বন্ধযুক্ত