अर्थ : কোনো নিয়মিত বা নির্দিষ্ট সময় যাৰ আগতে কোনো কাম হোৱাটো আৱশ্যক
							उदाहरण : 
							এই কামটো কৰাৰ ম্যাদ পাৰ হৈ গʼল
							
पर्यायवाची : কালসীমা, খঁতিৰা, ধার্যসময়, নির্দিষ্ট সময়, নির্ধাৰিত সময়, বন্ধাসময়, মিয়াদ, ম্যাদ, ্ধার্য্যসময়
अर्थ : কোনো এক নির্দিষ্ট সময়ৰ পৰা অন্য এক নির্দিষ্ট সময়ৰ মাজৰ কালছোৱা
							उदाहरण : 
							আমি চাৰি ঘণ্টা সময়সীমাৰ ভিতৰত এই কামটো সম্পূর্ণ কৰিব লাগিব
							
पर्यायवाची : কালাৱধি
अर्थ : কোনো এক নির্দিষ্ট সময়ৰ পৰা আন এক নির্দিষ্ট সময়লৈকে
							उदाहरण : 
							এই কামটোৰ সময়সীমা বৃদ্ধি কৰিব নোৱাৰি
							
पर्यायवाची : খঁতিৰা, ধার্যসময়, নির্দিষ্ট সময়, নি্র্ধাৰিত সময়, নিৰূপিত সময়, বন্ধাসময়, মিয়াদ, ম্যাদ, ্কালসীমা