अर्थ : এটা দলত এঘাৰজনকৈ খেলুৱৈ হৈ দুটা দলে হকী মাৰিৰ সহায়ত বল খেলা এক ধৰণৰ খেল
							उदाहरण : 
							হকী ভাৰতৰ ৰাষ্ট্রীয় খেল
							
पर्यायवाची : হকী খেল
अर्थ : কাঠেৰে তৈয়াৰ কৰা ঘোৰ খোৱা মূৰবিশিষ্ট এক ধৰণৰ খেলৰ আহিলা যাৰ সহায়ত বল খেলিব পৰা যায়
							उदाहरण : 
							খেলপথাৰত খেলুৱৈৱে হাতত হকী লৈ বলৰ পিছত দৌৰি আছিল