अर्थ : দহটা এশ যোগ কৰিলে যি সংখ্যা পোৱা যায়
							उदाहरण : 
							পাঁচশ আৰু পাঁচশ মিলি হাজাৰ হয়
							
पर्यायवाची : সহস্র
अर्थ : অংকৰ গণনাত এককৰ ফালৰ পৰা গণনা কৰিলে চতুর্থ ্স্থানত পোৱা সেই মান যʼত এক হাজাৰ গুণিতকৰ বোধ জন্মে
							उदाहरण : 
							পাঁচ হাজাৰ দুইত পাঁচটো হাজাৰৰ স্থানত আছে
							
पर्यायवाची : হেজাৰ