अर्थ : ৰং লগোৱা
							उदाहरण : 
							মজদুৰে দেৱালত ৰং কৰি আছে
							
अर्थ : চিত্র আদিত ৰং দিয়া কার্য
							उदाहरण : 
							আমটোৰ সেউজীয়া ৰং কৰা
							
अर्थ : * ৰঙেৰে ৰঙীন কৰা
							उदाहरण : 
							ৰং কৰা টেবুলখন ঘৰত থৈ দিয়া
							
पर्यायवाची : ৰং দিয়া, ৰং বুলাই থোৱা, ৰঙীন