अर्थ : এঠাইৰ পৰা আন ঠাইলৈ যোৱা কার্য
							उदाहरण : 
							ৰামৰ বন গমনৰ খবৰ পাই অযোধ্যাবাসী দুখত ভাগি পৰিল  আমি আধা ঘণ্টাৰ পিছত প্রস্থান কৰিম
							
पर्यायवाची : গমন, গুচি যোৱা-, প্রস্থান, প্রয়াণ, পয়াণ, যোৱা-, স্থানত্যাগ, স্থানান্তৰ
अर्थ : যি কʼৰবাৰ পৰা অন্য কোনো ঠাইলৈ গতি কৰি কৰিছে
							उदाहरण : 
							দর্শনৰ ্কাৰণে ৰাওনা হোৱা সাধুসকল মন্দিৰত গৈ পালেগৈ
							
अर्थ : কোনো নির্দিষ্ট কামৰ কাৰণে প্রেৰণ কৰা
							उदाहरण : 
							পর্যবেক্ষণৰ কাৰণে চৰকাৰৰ দ্বাৰা পঠোৱা দল ইয়াত আহি পাইছেহি
							
पर्यायवाची : পঠোৱা