अर्थ : শৰীৰৰ কোনো অংগ বা অৱয়ব কাটি উলিওৱা বা পৃথক কৰা কার্য
							उदाहरण : 
							কেন্সাৰৰ কাৰণে তেওঁ নিজৰ ভৰিৰ অংগচ্ছেদ কৰিব লগা হʼল
							
पर्यायवाची : অংগচ্ছেদ, অঙ্গচ্ছেদ, অঙ্গচ্ছেদন
अर्थ : কোনো অংগ আদি কাটি পৃথক কৰা কার্য
							उदाहरण : 
							শুনিবলৈ পোৱা যায় যে ছাহজাহানে তাজমহল বনোৱা কাৰিকৰৰ তাজমহল বনোৱাৰ পিছত অংগচ্ছেদ কৰিছিল
							
पर्यायवाची : অংগচ্ছেদ