अर्थ : ডাঙৰকৈ জ্বলা জুইৰ উজ্জ্বল শিখা
							उदाहरण : 
							হাৱানকুণ্ডৰ জুই-শিখাই আকাশ চুইছিলগৈ
							
पर्यायवाची : অগ্নি-শিখা, জুই শিখা, জুই-শিখা
अर्थ : জুইৰ আগ
							उदाहरण : 
							অৰণ্যত জ্বলা জুইৰ শিখাই আকাশ চুইছে
							
पर्यायवाची : অগ্নিচ্ছটা, বহ্নিশিখা, ভমক, শিখা