अर्थ : অধিকাৰহীন হোৱা অৱস্থা বা অধিকাৰ নোহোৱা বা প্রভুত্বৰ অভাৱ
							उदाहरण : 
							এই সম্পত্তিৰ ওপৰত ্তেওঁৰ অধিকাৰহীনতা প্রমাণ হোৱাৰ পিছত ্তেওঁ নিজৰ দাবী এৰিব লগাত পৰিল
							
पर्यायवाची : অধিকাৰহীনতা, অনধিকাৰিতা
अर्थ : অধিকাৰ নিদিয়া বা অধিকাৰ ৰহিত
							उदाहरण : 
							আপুনি আমাক বেলেগ কৰাৰ অনধিকাৰ চেষ্টা চলায় আছে
							
पर्यायवाची : স্বত্বহীন