अर्थ : কাৰোবাৰ পিছত যোৱা কার্য
							उदाहरण : 
							লʼৰাটোৱে নিজৰ মাকক অনুসৰণ কৰি গৈ আছে
							
पर्यायवाची : অনুগমন কৰা, পিছত যোৱা
अर्थ : কাৰোবাৰ কথা-ব্যৱহাৰ, অংগী-ভংগী আদি ঠিক সেইদৰেই ব্যৱহাৰ কৰা
							उदाहरण : 
							শ্যামুৱে নিজৰ ককাদেউতাকৰ নকল কৰে
							
पर्यायवाची : অনুকৰণ কৰা, নকল কৰা