अर्थ : অনুচিতভাৱে কাৰোবাৰ ধনসম্পত্তি কামত লগোৱা কার্য
							उदाहरण : 
							অপব্যৱহাৰো এক ধৰণৰ পাপ
							
पर्यायवाची : অপব্যৱহাৰ
अर्थ : অনাহক আৰু অধিক খৰচ
							उदाहरण : 
							অপব্যয়ৰ পৰা আঁতৰি থাকিব লাগে
							
पर्यायवाची : অতিখৰচী, অপচয়, অপব্যয়, অপব্যৱহাৰ, আধানার্জ্জি