अर्थ : দেৱতা, সমাধি আদিৰ ওপৰত শ্রদ্ধাপূর্বক অর্পণ ্কৰা
							उदाहरण : 
							তেওঁ শিৱৰ প্রতিমাত জল, চাউল, পুষ্প আৰু বেল পাত অর্পণ কৰিলে
							
पर्यायवाची : উৎসর্গা
अर्थ : কাৰোবাৰ দ্বাৰা শ্রদ্ধা সহকাৰে দেৱতা, সমাধি আদিৰ ওপৰত কোনো বস্তু দিয়া কার্য
							उदाहरण : 
							গান্ধীজীৰ সমাধিত সদায় সজীৱ ফুল অর্পণ কৰা হয়
							
अर्थ : দায়িত্ব দিয়া বা কাৰোবাৰ জিম্মাত ৰখা
							उदाहरण : 
							মই এই কামটো আপোনাক অর্পণ কৰিছোঁ
							
पर्यायवाची : অধীন কৰা