अर्थ : ওপৰৰ পৰা তলৰ ফালে অনা কার্য
							उदाहरण : 
							কুঁৱলীৰ কাৰণে উৰাজাহাজ অৱতৰণত অসুবিধা হৈছে
							
पर्यायवाची : নমোৱা
अर्थ : কোনো বিমান বন্দৰত উৰাজাহাজ নমা এক কার্য
							उदाहरण : 
							লʼৰা-ছোৱালীবোৰে ঘৰৰ ছাদৰ পৰা উৰাজাহাজৰ অৱতৰণ চাই আছিল