अर्थ : কোনো বস্তুৰ পৰা কোনো অংশ আঁতৰ হৈ পৰা
							उदाहरण : 
							শিমলু গছৰ ফল শুকাই যোৱাৰ লগে লগে ফাটি যায়
							
पर्यायवाची : আঁতৰি যোৱা, ফটা, ফাটি যোৱা
अर्थ : ওলাই যোৱা
							उदाहरण : 
							এই কোম্পানীটোৰ পৰা পঞ্চাশজন কর্ম্্চাৰী ্আঁতৰি গʼল