अर्थ : আঁৰ কৰিবলৈ বিশেষকৈ দুৱাৰ-খিৰিকিত ওলোমাই ৰখা কাপোৰ
							उदाहरण : 
							তেওঁৰ দুৱ্াৰত এখন উৱলি যোৱা পর্দা লগাই থৈছে
							
पर्यायवाची : আঁৰ-ক্াপোৰ, চিক, ঢাপলিকা, পর্দা, পর্দ্দা
अर्थ : সন্মুখৰ বস্তু দেখা নোপোৱা এক ধৰণৰ বাধা
							उदाहरण : 
							ৰামে বালীক গছৰ ্আঁৰৰ ্পৰা মাৰিলে