अर्थ : আঘাত পোৱাৰ কাৰণে হোৱা বেদনাময় অৱস্থা বা ভাব
							उदाहरण : 
							পিছলি পৰি যোৱাৰ কাৰণে মোহনে ভৰিত দুখ পালে
							
पर्यायवाची : দুখ
अर्थ : কাৰোবাৰ দ্বাৰা কৰা হানি বা অপকাৰ
							उदाहरण : 
							মোহনে সোহনৰ দোকানত জুই লগাই তাৰ আর্থিকদিশত আঘাত কৰিলে