अर्थ : এখনতকৈ অধিক ৰাষ্ট্র বা দেশৰ সম্বন্ধ
							उदाहरण : 
							ভাৰতবর্ষই আন্তর্ৰাষ্ট্রীয় বাণিজ্যৰ প্রসাৰ সাধনত গুৰুত্ব দি আছে
							
पर्यायवाची : আন্তর্দেশীয়
अर्थ : কিছুমান বা সকলো ৰাষ্ট্রৰ সৈতে সম্বন্ধ ৰাখোঁতা
							उदाहरण : 
							মোহনে আন্তর্ৰাষ্ট্রীয় প্রতিযোগিতাত ভাৰতবর্ষক নেতৃত্ব দিছে
							
पर्यायवाची : আন্তঃৰাষ্ট্রীয়, আন্তর্জাতীয়, আন্তর্দেশীয়, বহুদেশীয়, বহুৰাষ্ট্রীয়