अर्थ : আফুগছৰ আঠাৰ তিতাসোৱাদৰ নিচাযুক্ত বিষাক্ত অংশ
							उदाहरण : 
							সুৰেশৰ আফিং নোখোৱালৈকে টোপনি নাহে
							
पर्यायवाची : আফু
अर्थ : আফিং সম্বন্ধীয় বা আফিঙৰ
							उदाहरण : 
							মুস্তাখে আফিং ব্যৱসায়ত হাত দিব বিচৰা নাই
							
पर्यायवाची : আফিঙযুক্ত