अर्थ : বিৰক্ত হোৱা ভাব বা যি মনৰ মাজত খং পুহি ৰাখে
							उदाहरण : 
							মোৰ কথা শুনি ্তেওঁ বিৰক্তি অনুভৱ কৰিলে
							
पर्यायवाची : অসন্তুষ্টতা, তিক্ততা, বিৰক্তি
अर्थ : কাৰোবাক বিৰক্ত কৰিবৰ কাৰণে কৰা কোনো কার্য ্বা ভাব
							उदाहरण : 
							আমনি কৰাৰ কাৰণে ৰামুৰ ওপৰত মাৰ পৰিল
							
पर्यायवाची : বিৰক্তি
अर्थ : বিৰক্তিৰ অৱস্থা বা ভাৱ
							उदाहरण : 
							তেওঁৰ লগত ্ধেমালি নকৰিবা, তেওঁ সৰু সৰু কথাতে বিৰক্ত হৈ পৰে
							
पर्यायवाची : বিৰক্তি