अर्थ : পৃথিৱীৰ উত্তৰ দিশত অৱস্থিত এখন মহাদেশ
							उदाहरण : 
							আমেৰিকা দুভাগত বিভক্ত, উত্তৰ আমেৰিকা আৰু দক্ষিণ আমেৰিকা
							
अर्थ : উত্তৰ আমেৰিকা মহাদেশৰ এখন এখন দেশ
							उदाहरण : 
							ভালেমান ভাৰতীয়ই আমেৰিকাত গৈ বসবাস কৰিছে
							
पर्यायवाची : ইউ এচ এ, ইউনাইটেড ষ্টেট অৱ আমেৰিকা