अर्थ : আর্মেনিয়াৰ নিবাসী
							उदाहरण : 
							আর্মেনিয়ান সকলৰ ওপৰত প্রায় পাঁচ হাজাৰ পাঁচ শ বছৰৰ আগতে প্রতিবেশী ৰাজ্যই আক্রমণ কৰিছিল
							
पर्यायवाची : আর্মেনিয়া বাসী, আর্মেনিয়া-বাসী, আর্মেনিয়াবাসী
अर्थ : আর্মেনিয়ান ভাষাৰ লিপি
							उदाहरण : 
							আর্মেনিয়ান বর্ণ্্মালাত আঠত্রিশটা আখৰ আছে
							
पर्यायवाची : আর্মেনিয়ান লিপি
अर्थ : আর্মেনিয়া সৈতে সম্পর্কীত বা আর্মেনিয়াৰ
							उदाहरण : 
							তেওঁ আর্মেনিয়ান সংগীতৰ আনন্দ লৈ আছে