अर्थ : যোগ আদিত শৰীৰৰ অৱয়বৰ বিশেষ ভংগিমা
							उदाहरण : 
							যোগ সাধনাৰ বাবে বহুতো প্রকাৰৰ আসন দেখুওৱা হৈছে
							
पर्यायवाची : যোগাসন
अर्थ : যি বস্তুত বহিব পৰা যায়
							उदाहरण : 
							শিক্ষাগুৰুক স্বাগতম জনাবলৈ লʼৰা-ছোৱালীবোৰে নিজৰ নিজৰ আসন এৰি থিয় হৈ দিলে